পাঠভিত্তিক
প্রশ্নাৱলীৰ উত্তৰ
১.দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়?
(i) হাইড্ৰ'জেন + ক্ল'ৰিন →হাইড্ৰ'জেনক্লৰাইড H2+Cl2→ 2HC
BaCl2+Al2(SO4)3→ BaSO4+AlCl3
Na +H2O → NaOH + H2↑
(i)
বেৰিয়াম ক্ল’ৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইডৰ দ্রৱ প্রস্ত্তত হয়
উত্তৰ : বেৰিয়াম ক্ল’ৰাইড + ছ'ডিয়াম ছালফেট → বেৰিয়াম ছালফেট + ছ'ডিয়াম ক্লৰাইড
BaCl2 + Na2SO4
→ BaSo4 + NaCl
(ii)
ছ'ডিয়াম হাইড্ৰ'ক্সাইডৰ দ্ৰৱ
(পানীত) হাইড্ৰ'ক্ল'ৰিক এচিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি
ছ'ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।
উত্তৰ : ছডিয়াম হাইড্রক্সাইড(জলীয়) + হাইড্ৰ'ক্লৰিক এছিড(জলীয়)
→ ছডিয়াম ক্ল’ৰাইড(জলীয়)+ পানী
NaOH(aq) + HCl(aq) → NaCl(aq) + H2O
4. এটা পদাৰ্থ 'X' ৰ দ্ৰৱক বগা ৰঙ
সানিবলৈ (White washing) ব্যৱহাৰ কৰা হয়।
(i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত
লিখা।
(ii) পানীৰে সৈতে
পদাৰ্থ 'X' এ কৰা বিক্ৰিয়াটো লিখা।
উত্তৰ : (i) পদাৰ্থ ‘X’ ৰ নাম হৈছে কেলছিয়াম অক্সাইড,ইয়াৰ সংকেত হ’ল CaO
(ii)পানীৰ সৈতে কেলছিয়াম অক্সাইডে কৰা বিক্ৰিয়াটো হ’ল
CaO(s) + H2O → Ca(OH)2
5. লোৰ গজাল এটা ডুবাই ৰাখিলে ক'পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয়?
উত্তৰ : লোৰ গজাল এটা ক'পাৰ ছালফেট দ্ররত ডুবাই ৰাখিলে দ্ররটো পাতল নীলা ৰংৰ হৈ পৰে।ইয়াৰ কাৰণ হ’ল আইৰণে ক'পাৰ ছালফেট দ্ৰৱটোৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰে
Fe(s) + CuSO4(aq) → FeSO4(aq) + Cu(s)
6. তলৰ
বিক্রিয়াকেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা।
(i) 4Na(s) + O2(g) → 2Na2O(s)
এই বিক্ৰিয়াটোত
ছডিয়াম পৰমাণুত অক্সিজেন যোগ হৈছে। গতিকে ছডিয়াম জাৰিত হৈ ছডিয়াম অক্সাইড প্রস্তুত
হৈছে।
(ii)
CuO(s) + H2(g) →
Cu(s) + H2O(l)
এই বিক্রিয়াত CuO এ অক্সিজেন ত্যাগ কৰিছে। গতিকে ই বিজাৰিত হৈছে। অন্যহাতে H, ৰ লগত অক্সিজেন যুক্ত হৈছে, সেয়ে, H, এ H2O লৈ জাৰিত হৈছে।

No comments:
Post a Comment